General Knowledge Assamese

GK for Examination in Assamese

                                 Assam General knowledge (GK) in Assamese Language



প্ৰশ্ন :- অসমীয়া ভাষা উন্নতি সাধিনী সভা প্ৰথম অধিবেশন কেতিয়া হৈছিল ?
উত্তৰ : ১৮৮৮ চনৰ ২৫ আগষ্টত
প্ৰশ্ন :- কোনে প্ৰথম অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰে ?
উত্তৰ : ১৮৫০ চনত এলিজা ব্ৰাউনে
প্ৰশ্ন :- প্ৰাক-শংকৰী যুগৰ কবি সকলৰ নাম কি কি ?
উত্তৰ : হেম সৰস্বতীকবিৰত্ন সৰস্বতীৰুদ্ৰ কন্দলীহৰিহৰ বিপ্ৰ আৰু মাধৱ কন্দলী
প্ৰশ্ন :- কোনেকেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক ‘কলাগুৰু’ উপাধি প্ৰদান কৰিছিল ?
উত্তৰ : কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণ মেননে১৯৪০ চনত
প্ৰশ্ন : ‘ধন্য নৰ তনু ভাল’ নামৰ পুথি খন কোনে ৰচনা কৰিছিল ?
উত্তৰ : শংকৰদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি ছৈয়দ আব্দুল মালিকে এই উপন্যাস খন ৰচনা কৰিছিল
প্ৰশ্ন :- অসমীয়া ভাষা কোনবোৰ ভাষাৰ সমন্বয়ৰ ফলত গঢ় লৈ উঠিছিল ?
উত্তৰ : মাগধীপ্ৰাকৃতআৰ্যোত্তৰ ভাষাসমূহজনজাতীয় ভাষাইংৰাজীস্পেনিছওলন্দাজপাৰ্ছীআৰবী আদি বিদেশী ভাষা সমূহৰ সমন্বয়ৰ ফলত অসমীয়া ভাষা গঢ় লৈ উঠিছিল
প্ৰশ্ন :- ‘কীৰ্তন-ঘোষা’ আৰু ‘নামঘোষা’  ৰচক কোন?
উত্তৰ : মহাপুৰুষ শংকৰদেৱে কীৰ্তন ঘোষা আৰু মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল
প্ৰশ্ন : পূৰ্বতে আহোম সকল কোন ভাষা গোষ্ঠীৰ অন্তৰ্ভূক্ত আছিল ?
উত্তৰ : পূৰ্বতে আহোম সকল টাই ভাষাৰ অন্তৰ্ভূক্ত আছিল
প্ৰশ্ন : অসমীয়া ভাষা উন্নয়নৰ বাবে বৰঙণি আগবঢ়োৱা দুজন মিছনেৰীৰ নাম কি কি ?
উত্তৰ : তেওঁলোক  মাইলছ ব্ৰনছন আৰু নাথান ব্ৰাউন
0) প্ৰশ্ন :- মামণি ৰয়চম গোস্বামীৰ জন্ম কেতিয়া হৈছিল ?
উত্তৰ : ১৮৪২ চনৰ ১৪ নৱেম্বৰত

Comments